
Advanced Digital Technology: The state-of-the-art digital radiography system used at our hospital provides extremely clear, high-definition, and highly precise images in a very short time.
Low Radiation Risk: Compared to traditional, older X-ray machines, our advanced digital system emits significantly lower radiation, making it completely safe for our patients' health.
Instant Reports: Thanks to our modern digital setup, there is no waiting time; high-quality digital images and reports are generated and delivered almost instantly.
Expert Radiographers: Our radiography department is managed by highly experienced, certified, and trained technologists who ensure you receive maximum comfort and professional care.
24/7 Emergency Service: To handle any accidental trauma or medical emergency, our high-precision X-ray services are available round-the-clock, 24 hours a day, 7 days a week.
(শেহতীয়া ডিজিটেল প্ৰযুক্তি (Advanced Digital Technology): আমাৰ হস্পিটেলত ব্যৱহৃত অত্যাধুনিক ডিজিটেল ৰেডিঅ’গ্ৰাফী ব্যৱস্থাই অতি কম সময়ৰ ভিতৰত অত্যন্ত স্পষ্ট আৰু নিখুঁত ছবি প্ৰদান কৰে।
কম বিকিৰণৰ বিপদাশংকা (Low Radiation Risk): সাধাৰণ পুৰণি এক্স-ৰে মেচিনৰ তুলনাত এই ডিজিটেল মেচিনত বিকিৰণ (radiation exposure) বহুত কম হয়, যিটো ৰোগীৰ স্বাস্থ্যৰ বাবে সম্পূৰ্ণ সুৰক্ষিত।
তৎক্ষণাৎ ৰিপ’ৰ্ট (Instant Reports): ডিজিটেল ব্যৱস্থা হোৱাৰ বাবে পলম নকৰাকৈ খুব কম সময়তে ৰিপ’ৰ্ট আৰু ইমেজ লাভ কৰিব পাৰি।
দক্ষ আৰু অভিজ্ঞ টেকনিচিয়ান (Expert Radiographers): আমাৰ ৰেডিঅ’গ্ৰাফী বিভাগটো অভিজ্ঞ আৰু প্ৰশিক্ষিত টেকনিচিয়ানৰ দ্বাৰা পৰিচালিত, যিয়ে আপোনাক সম্পূৰ্ণ যত্নসহকাৰে সেৱা আগবঢ়াব।
২৪x৭ জৰুৰীকালীন সেৱা (24/7 Emergency Service): জৰুৰীকালীন অৱস্থা বা দুৰ্ঘটনাজনিত ঘটনাৰ বাবে আমাৰ এক্স-ৰে সেৱা দিন-ৰাতি ২৪ ঘণ্টাই উপলব্ধ)